top of page
Search

TET ৰ নিযুক্তিৰ দুটা ভাল খবৰ

  • Writer: Kumar Basanta
    Kumar Basanta
  • Jul 27, 2020
  • 1 min read

9635 টা পদৰ LP আৰু UP ৰ স্থায়ী চাকৰিৰ বাবে তালিকা প্ৰস্তুত কৰি থকাৰ মাজতে আহিল ভাল খবৰ ৷ হিন্দী শিক্ষক পদৰ বাবে 3rd Provisional select list খন 27 জুলাই’ 2020 তাৰিখে dee.assam.gov.in ত প্ৰকাশ পাইছে ৷ সবিশেষ জানিবলৈ তলৰ লিংকত দিয়া ভিডিঅ’টো চাওক আৰু Notice খন চাওক ৷


https://youtu.be/hism4C171Q8

 
 
 

Recent Posts

See All

Comments


Post: Blog2_Post

8638067066

Subscribe Form

Thanks for submitting!

©2020 by kumarbasanta.com. Proudly created with Wix.com

bottom of page