top of page
Search

চাকৰিৰ বাবে আৱেদনকাৰীৰ বয়সৰ সীমা 2 বছৰ বৃদ্ধি কৰিলে অসম চৰকাৰে

  • Writer: Kumar Basanta
    Kumar Basanta
  • Aug 15, 2020
  • 1 min read

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি 15.08.2020 ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত প্ৰকাশ কৰে যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আৱেদনকাৰীৰ বয়সৰ সীমা 2 বছৰ বৃদ্ধি কৰা হৈছে ৷ সবিশেষ জানিবলৈ তলৰ লিংকত থকা ভিডিঅ’টো চাওক অথবা YouTube ত চাৰ্চ কৰক Kumar Basanta, Assam


https://youtu.be/_NYG6FsMQ2ghttps://youtu.be/_NYG6FsMQ2g


 
 
 

Recent Posts

See All

Comments


Post: Blog2_Post

8638067066

Subscribe Form

Thanks for submitting!

©2020 by kumarbasanta.com. Proudly created with Wix.com

bottom of page